01/24/2022 - 15:14
in
কাকপথাৰঃ কাকপথাৰত ছাত্ৰ নেতাক প্ৰহাৰক লৈ আজিও প্ৰতিবাদ৷ ডি এচ পি হেমন্ত বড়োক নিলম্বনৰ দাবীত থানা চৌহদ উত্তাল৷ আছু, যুৱ ছাত্ৰ, মৰাণ ছাত্ৰ, মটক যুৱ ছাত্ৰ সন্মিলন, কলিতা যুৱ ছাত্ৰ পৰিষদৰ নেতৃ্ত্বত উত্তাল প্ৰতিবাদ। ২৪ঘণ্টাৰ ভিতৰত অভিযুক্ত আৰক্ষী বিষয়াক শাস্তিৰ লগতে ক্ষমা খোজাৰ দাবী সংগঠনসমূহৰ৷