01/26/2022 - 13:11
in
ধুবুৰীঃ ধুবুৰী ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত জিলা প্ৰশাসনৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ শক্তিমন্ত্ৰী বিমল বৰাই উত্তোলন কৰিলে জাতীয় পতাকা। ক’ভিড প্ৰটকল মানি ধুবুৰীত উদযাপন দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস। চৰকাৰে প্ৰদান কৰা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে জিলাখনৰ উন্নয়নৰ আঁচনিৰ কথা উল্লেখ কৰে।চৰকাৰৰ মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰি কয় যে মন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষনত অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত দৰিদ্ৰ লোকৰ বাবে কৰি যোৱা বিভিন্ন উন্নয়নৰ কাম-কাজৰ খতিয়ান দাঙি ধৰে।