by PratibimbaLive 01/26/2022 - 17:10 in ৰাজ্য 0 Comment নিউজ ডেস্কঃ ‘৬০ বছৰ বয়সলৈকে ঠিকাভিত্তিক শিক্ষকসকলে চাকৰি কৰিব পাৰিব। নিয়মীয়া শিক্ষকৰ দৰে দৰমহা দিয়াৰ বাবে ব্যৱস্থা কৰিব শিক্ষা বিভাগে’ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা। প্ৰতিবিম্ব লাইভ 'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।