06/06/2019 - 19:32
in
লামডিংঃ হোজাই জিলাৰ লংকাত সংঘটিত হৈছে এক আচৰিত ঘটনা৷ সোণাপুৰৰ বোৱাৰী ঝৰ্ণা চন্দ্ৰা নামৰ মাতৃগৰাকীৰ গৰ্ভ পৰীক্ষাৰ পিছত চিকিৎসকে এক অদ্ভুত ধৰণৰ শিশুৰ অৱস্থিতি গম পোৱাৰ লগে লগেই লংকাস্থিত লংকেশ্বৰী নাৰ্চিং হোমৰ প্ৰসূতি বিশেষেজ্ঞ ডাঃ আনন্দ মোহন দাসৰ দ্বাৰা বিশেষ অষ্টোপচাৰৰ জৰিয়তে মাতৃগৰাকীৰ গৰ্ভৰ পৰা এক অদ্ভুত মৃত মাৰমিড শিশু প্ৰসৱ কৰে৷
চিকিৎসকগৰাকীয়ে বিশ্বত এনে ধৰণৰ মৎস্য আকৃতিৰ মাৰমিড শিশু প্ৰসৱ হোৱাটো এক বিৰল ঘটনা বুলি প্ৰকাশ কৰে|