২৫ বছৰ বয়সৰ পিছতো আপুনি ওখ হ’ব বিচাৰে নেকি?

 01/31/2022 - 16:07
 
 
নিউজ ডেস্কঃ ২৫ বছৰ বয়সৰ পিছতো আপুনি ওখ হ’ব বিচাৰে নেকি? ২৫ বছৰ বয়সৰ পিছতো ওখ হোৱাৰ এটা সহজ উপায়। বহুতো বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ পিছত যোগব্যায়ামৰ দ্বাৰা ওখ হ’ব পাৰে বুলি জনাইছিল। কিন্তু যোগব্যায়াম নকৰা সকলৰ বাবে ভাল খবৰ। বিভিন্ন গৱেষনাৰ পৰা কয় উটৰ গাখীৰ নিয়মিত সেৱন কৰা মানুহ ১ ৰ পৰা ৩ ইঞ্চিলে ওখ হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।