এতিয়াৰে পৰা ৰাজ্যৰ স্কুলীয়া শিক্ষাত চাৰিটা নতুন ভাষা অন্তৰ্ভুক্ত

 02/12/2022 - 13:38
 
 
 
 
নিউজ ডেস্কঃ ৰাজ্যৰ স্কুলীয়া শিক্ষাত চাৰিটা নতুন ভাষা অন্তৰ্ভুক্ত। মাতৃভাষাৰূপে অন্তর্ভুক্ত হ’ল তিৱা, দেউৰী, মিচিং, ৰাভা ভাষা প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ অধ্যয়ন কৰিব পাৰিব এই ভাষাসমূহ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।