02/16/2022 - 14:55
in
ধুবৰীঃ ধুবুৰী আৰক্ষীৰ বৃহৎ সাফল্য। ১৩ লাখ টকাৰ সৈতে গ্ৰেপ্তাৰ আন্তঃৰাষ্ট্ৰীয় হাৱালা চক্ৰৰ দুজন। বাংলাদেশৰ পৰা পশ্চিমবংগ হৈ অসমত আহিছে হাৱালৰ কোটি কোটি টকা। পৰৱৰ্তী সময়ত ধুবুৰীৰ পৰা অসমৰ বিভিন্ন জিলাৰ লগতে মেঘালয়লৈ যায় হাৱালাৰ ধন।
এক গোপন খবৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে ধনসহ গ্ৰেপ্তাৰ কৰে সহিদুল ইছলাম আৰু ইউছুব আলীক। ধুবুৰী সদৰ আৰক্ষী থানাত এই সন্দৰ্ভত 124/22 নম্বৰত 120(বি) ,353, 403, 413, Sec 4 of money laundering।