শিৱসাগৰ জিলাৰ ঐতিহাসিক হাঁহচৰাত মাটি খান্দোতে ওলাল আহোম যুগৰ ৰূপৰ মুদ্ৰা

 02/25/2022 - 15:44

 

নিউজ ডেস্কঃ শিৱসাগৰ জিলাৰ ঐতিহাসিক হাঁহচৰাত এছকেভেটৰেৰে মাটি খান্দােতে ওলাল আহােম যুগৰ আপুৰুগীয়া মুদ্ৰা। খননস্থলীত কেইবাটাও ভঙা মাটিৰ টেকেলিও প্রত্যক্ষ কৰা হয়। উদ্ধাৰ হােৱা এটা মুদ্ৰাত ১৬৬৯ চনটো উল্লেখ থকাৰ লগতে স্বৰ্গদেউ প্রমত্ত সিংহৰ নামটো উল্লেখ আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।