ঢকুৱাখনাৰ ঘিলামৰাৰ কবিতা গগৈয়ে চলাইছে ই ৰিক্সা

 03/16/2022 - 18:31

ঢকুৱাখনাৰ ঘিলামৰাৰ কবিতা গগৈয়ে চলাইছে ই ৰিক্সা 

 মহিলাই এগৰাকীয়ে  ই ৰিক্সা চলাই পৰিয়াল পুহ পাল দি আহিছে।
বছৰ বছৰ ধৰি এই গৰাকী মহিলাই ই ৰিক্সা চলাই পৰিয়াল পুহ পাল দি আহিছিল যদিও এতিয়া পৰিয়াল চলোয়াত কিছু  অসুবিধা সৃষ্টি হৈছে ।
 সেয়ে এতিয়া চৰকাৰৰ পৰা এখন টেক্টৰ অথবা এটা চতুৰ্থ বৰ্গৰ চাকৰি দিবৰ বাবে চৰকাৰক অনুৰোধ জনাইছে ঢকুৱাখনাৰ  ঘিলামৰাৰ কবিতা গগৈ নামৰ মহিলা গৰাকীয়ে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।