03/18/2022 - 12:12
in
আহি আছে বছৰটোৰ প্ৰথটো ঘূৰ্ণিবতাহ
বংগোপসাগৰত সৃষ্টি হৈছে ভয়াবহ ঘূৰ্ণিবতাহৰ
উত্তৰ-পূৰ্বকো ক্ষতি কাৰ সম্ভাৱনা
২১ মাৰ্চত ভয়াবত ভয়াংকৰ ৰূপ ল’ব এই ঘূৰ্ণিবতাহে
ঘণ্টাত ৯০ কিলোমিটাৰগতিবেগৰে আগবাঢ়িছে আছানী
২৩ মাৰ্চৰ পুৱা বাংলাদেশ আৰু কাষৰীয়া অঞ্চলৰ লগতে ম্যানমাৰত খুন্দা মাৰিব আছানীয়ে
ইতিমধ্যে আন্দামান নিকোবৰত খুন্দা মাৰিছে আছানীয়ে
কেন্দ্ৰীয় বতৰ বিঞ্জান কেন্দ্ৰৰ মতে বংগোপসাগৰত নিম্নচাপৰ বাবেই সৃষ্টি হৈছিলএই ঘূৰ্ণিবতাহৰ
দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক সতৰ্কবাণী প্ৰদান কৰিছে বতৰ বিঞ্জান কেন্দ্ৰই
ইতিমধ্যে সষ্টম হৈ পৰিছে NDRF ,নৌসেনা
মাছমৰীয়া সকলকো মাছ নধৰিবলৈ আহ্বান জনোৱা হৈছে