03/19/2022 - 14:19
in
ৰাজ্যজুৰি পালন কৰা হল শ্ৰীকৃষ্ণৰ দৌল উৎসৱ তথা ফাকুৱা
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ বাইহাটা চাৰিআলিৰ মকুণ্ডপুৰটো উলাহ মালহেৰে পালন কৰিলে শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ।
উল্লেখযোগ্য যে দৌল উৎসৱৰ সৈতে সংগতি ৰাখি মকুণ্ডপুৰবাসীয়ে উলিয়ালে এক আকৰ্ষণীয় অনুষ্ঠান ঘুনুচা যাত্ৰা ।
মকুণ্ডপুৰ সত্ৰৰ পৰা শ্ৰীকৃষ্ণ দোলাত গৈ ঘুনুচাক বিয়া কৰাই পুনৰ সত্ৰলৈ আনে যদিও লক্ষীয়ে এই বিয়াত বাধা প্ৰদান কৰে ।
বিগত ২৭ বছৰে দৌলোৎসৱৰ সৈতে সংগতি ৰাখি পালন কৰি আহিছে ঘুনুচা যাত্ৰা