লাহৰিঘাটৰ টেঙাগুৰিত চোৰৰ চাফাই অভিযান

 04/02/2022 - 14:51


 

 

লাহৰিঘাটঃ লাহৰিঘাটৰ টেঙাগুৰিত নিশা বৰষুণৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান। দোকানসমূহৰ তলা ভাঙি এই চুৰি কাৰ্য সংঘটিত কৰিলে চোৰে। নগদ টকাসহ আন আন বস্তুও লুটিলে চোৰে। গেলামাল দোকান, সুলভ মূল্যৰ দোকান, হাৰ্ডৱেৰ দোকান, SBI বেংকৰ CSP আদি ৫ খনকৈ দোকানত চোৰে চলালে লুটপাত। ৰাতি গাঁওৰক্ষী বাহিনীয়ে পহৰা নিদিয়াৰ গুৰুতৰ অভিযোগ দোকানীসকলৰ।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।