04/20/2022 - 14:14
in
নিউজ ডেস্কঃ ২২ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’ব পৌৰনিগম নিৰ্বাচন। কামৰূপ মহানগৰ জিলা প্ৰশাসনে ২০ এপ্ৰিল আবেলি ৪.৩০ বজাৰ পৰা ২২ এপ্ৰিল আবেলি ৪.৩০ বজালৈ ড্ৰাই ডে’ ঘোষণা কৰিছে।লগতে ২৪ এপ্ৰিলত ভোট গণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ঘোষণা কৰা হৈছে ড্ৰাই ডে’। এই সময়চোৱাত পৌৰনিগম এলেকাত থকা সকলো ধৰণৰ সুৰাৰ পাইকাৰী তথা খুচুৰা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।