04/25/2022 - 17:43
in
নিউজ ডেস্কঃ মে’ মাহত ১০দিনে বন্ধ থাকিব বেংক৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰতিবছৰে বেংক বন্ধৰ কেলেণ্ডাৰ ঘোষণা কৰে। ইয়াত মে’ ২০২২ত বেংক বন্ধৰ সম্পূৰ্ণ তালিকা দিয়া হৈছে- ১ মে’ (দেওবাৰ): মে’ দিৱস – সমগ্ৰ দেশ/ মহাৰাষ্ট্ৰ দিৱস – মহাৰাষ্ট্ৰ
২ মে’ (সোমবাৰ): মহৰ্ষি পৰাসুৰাম জয়ন্তী৷ ৩ মে’ (মঙলবাৰ): ইদ-উল-ফিতৰ, বাসৱ জয়ন্তী(কৰ্ণাটক)৷৪ মে’(বুধবাৰ): ইদ-উল-ফিতৰ – তেলেংগানা৷ ৯ মে’(সোমবাৰ): গুৰু ৰবীন্দ্ৰনাথ জয়ন্তী – পশ্চিম বংগ আৰু ত্ৰিপুৰা৷১৩ মে’ (বৃহস্পতিবাৰ): ইদ-উল-ফিতৰ– ৰাষ্ট্ৰীয়৷১৪ মে’ (শনিবাৰ): দ্বিতীয় শনিবাৰে বেংক বন্ধ৷১৬ মে’ (সোমবাৰ): ৰাজ্য দিৱস, বুদ্ধ পূৰ্ণিমা – ছিকিম আৰু অন্যান্য ৰাজ্য
২৪ মে’ (মঙলবাৰ): কাজী নজৰুল ইছলামৰ জন্মদিন – ছিকিম৷২৮ মে’ (শনিবাৰ): চতুৰ্থ শনিবাৰে বেংক বন্ধ