by PratibimbaLive 04/25/2022 - 18:10 in ৰাজ্য 0 Comment নিউজ ডেস্কঃ জামিন মঞ্জুৰ বিধায়ক জিগনেশ মিৱানীৰ। কোকৰাঝাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন ।৩০ হাজাৰ টকা বণ্ড আৰু পাঁচটা চৰ্তৰ বিনিময়ত জামিন মঞ্জুৰ। প্ৰতিবিম্ব লাইভ 'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।