04/28/2022 - 15:27
in
নিউজ ডেস্কঃ তেল প্ৰতিষ্ঠানসমূহে শেষবাৰ ৬ এপ্ৰিলত পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি কৰিছিল। দেশৰ কেইবাখনো মহানগৰসহ চহৰত তেলৰ দাম স্থিৰ হৈ আছে। ডিলাৰসমূহে গ্ল’বেল মাৰ্কেটত অপৰিশোধিত তেলৰ দাম প্ৰতি বেৰেলত ৯৮ ডলাৰৰ আশে–পাশে আছে। কিন্তু তেল প্ৰতিষ্ঠানসমূহে দেশৰ বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ দাম হ্ৰাস কৰা নাই।গুৱাহাটী – পেট্ৰ’ল ১০৫.৭২, ডিজেল ৯১.৪৬ টকা। মুম্বাই – পেট্ৰ’ল ১২০.৫১ টকা, ডিজেল ১০৪.৭৭ টকা।দিল্লী – পেট্ৰ’ল ১০৫.৪১ টকা, ডিজেল ৯৬.৬৭ টকা। চেন্নাই – পেট্র’ল ১১০.৮৫ টকা, ডিজেল ১০০.৯৪ টকা