নিউজ ডেস্কঃ বান পৰিস্থিতিৰ বাবে আশিংকভাৱে বাতিল ১১ খন ৰে’লৰ যাত্ৰা। সম্পূৰ্ণৰূপে বাতিল ১৮খন ৰে’লৰ যাত্ৰা। সম্পূৰ্ণৰূপে বাতিল হোৱা ৰে’লসমূহ- 15611 নং গুৱাহাটী–শিলচৰ এক্সপ্ৰেছ। ১৯, ২১মে’ত বাতিল ৰে’লখনৰ যাত্ৰা। ২. 15612 নং শিলচৰ গুৱাহাটী এক্সপ্ৰেছ বাতিল। ১৮,২০ আৰু ২২ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।৩. 15615 নং গুৱাহাটী–শিলচৰ এক্সপ্ৰেছৰ যাত্ৰা বাতিল।
১৬ৰ পৰা ২২ মে’ পৰ্যন্ত বাতিল ৰে’লখনৰ যাত্ৰা।৪. 15616 নং শিলচৰ–গুৱাহাটী এক্সপ্ৰেছ বাতিল। ১৬ৰ পৰা ২২ মে’ পৰ্যন্ত বাতিল ৰে’লখনৰ যাত্ৰা।৫. 20501 নং আগৰতলা–আনন্দবিহাৰ টাৰ্মিনেল তেজস ৰাজধানী এক্সপ্ৰেছ বাতিল। ১৬ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।৬. 20502 নং আনন্দবিহাৰ টাৰ্মিনেল–আগৰতলা তেজস ৰাজধানী এক্সপ্ৰেছ।
১৮ মে’ত সম্পূৰ্ণৰূপে বাতিল ৰে’লখনৰ যাত্ৰা।৭. 12516 নং শিলচৰ কইম্বাট’ৰ এক্সপ্ৰেছ বাতিল। ১৭ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।৮. 12515 নং কইম্বাট’ৰ–শিলচৰ এক্সপ্ৰেছ বাতিল। ২২ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।৯. 15641 নং শিলচৰ–নিউ তিনিচুকীয়া–বৰাক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ বাতিল। ২১ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।১০. 15642 নং নিউ তিনিচুকীয়া–শিলচৰ বৰাক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ বাতিল।
২২ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।১১. 12503 নং বেংগালুৰু কেণ্ট–আগৰতলা এক্সপ্ৰেছ বাতিল। ১৭ আৰু ২৪ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।
১২. 12504 নং আগৰতলা–বেংগালুৰু কেণ্ট এক্সপ্ৰেছ বাতিল। ২১ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।১৩. 15626 নং আগৰতলা–দেওঘৰ এক্সপ্ৰেছ বাতিল। ২১ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।
১৪. 15625 নং দেওঘৰ–আগৰতলা এক্সপ্ৰেছ বাতিল। ২৩ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।১৫. 15888 নং গুৱাহাটী–বদৰপুৰ টুৰিষ্ট এক্সপ্ৰেছ বাতিল। ১৮ আৰু ২১ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।