06/03/2022 - 15:52
in
নিউজ ডেস্কঃ চাহ বাগানৰ মালিকক সকীয়নি মুখ্যমন্ত্ৰীৰ৷ চাহ শ্ৰমিকক ঘৰ দিয়াৰ প্ৰসংগত চাহ-বাগিচাৰ মালিকক সকীয়নি মুখ্যমন্ত্ৰীৰ৷ চাহ শ্রমিকক ঘৰ বনাবলৈ নিদিলে আমি কঠোৰ ব্যৱস্থা ল'ম৷ 'বাগিচাৰ মাটিসমূহ মালিকসকলক লিজত দিয়া হৈছে'৷ মালিকীস্বত্ব দিয়া হোৱা নাই'৷