লখিমপুৰত হঠাত্‍ উপস্থিত কেশৱ মহন্ত

 06/04/2022 - 16:19

 

লখিমপুৰঃ লখিমপুৰ চিকিত্‍সা মহাবিদ্যালয়ত শনিবাৰে মৃত্যু হৈছিল এগৰাকী প্ৰসূতিৰ। প্ৰসূতিগৰাকীৰ মৃত্যুৰ ঘটনাৰ বুজ ল’বলৈ চিকিত্‍সালয়খনত উপস্থিত স্বাস্থ্যমন্ত্ৰী। শুকুৰবাৰে চিকিত্‍সালয়খনত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। গৰ্ভস্থ সন্তানসহ প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি হৈছিল উত্তপ্ত পৰিস্থিতি।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।