06/11/2022 - 12:42
in
শালবাৰীঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত পৰ্যালোচনা বৈঠক। বিটিআৰৰ কাৰ্যবাহী সদস্যৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠক বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ।
বিটিআৰৰ প্ৰতিটো বিভাগৰ ওপৰত পৰ্যালোচনা কৰা বৈঠকখন সন্ধিয়া ৫'৩০ বজাৰ পৰা ৮'৩০ বজালৈ অনুষ্ঠিত কৰা হয়। বৈঠকত বিটিআৰৰ ৰাস্তা-ঘাট, স্বাস্থ্য আদি বিভাগৰ ওপৰত বিশেষ আলোচনা কৰা হয়। শীঘ্ৰেই Health is well নামেৰে এক নতুন আচনিৰ সুবিধা বিটিআৰবাসীয়ে লাভ কৰিব বুলি জানিবলৈ দিয়ে কাৰ্যবাহী সদস্য অৰুপ কুমাৰ দে।