06/12/2022 - 16:16
in
গহপুৰঃ সমগ্ৰ অসমতে আপত যোগদান কাৰ্য্যসূচী অব্যাহত হৈ থকাৰ সময়তে গহপুৰৰ ভোলাগুৰি গেট মাগনিতো আম-আদমি পাৰ্টীত প্ৰায় দুই শতাধিক বিজেপি-কংগ্ৰেছ কৰ্ময়ে দেওবাৰে যোগদান কৰে। গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইৰ এই সকল লোকে আপৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলত যোগদান কৰে বুলি মত প্ৰকাশ কৰে। শাসকীয় বিজেপি দলৰ বুকুত ক্ৰমাত কঁপনিৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা এই যোগদান কাৰ্য্যসূচীত উপস্থিত আছিল জ'নেল সম্পাদক নৱ কুমাৰ চেতিয়া, ৰাজ্যিক যুৱ শক্তি সমন্ধয়ক ড:কুকিল বৰুৱা, আপৰ কৰ্মকৰ্তা ব্ৰজেন সন্দিকৈৰ তত্বাৱধানত উক্ত যোগদান কাৰ্য্যসূচীটো সম্পন্ন হয়।