দুৰাৰোগ্য ৰোগত আক্ৰান্ত মৰিগাঁৱৰ ১৬ বছৰীয়া ছাত্রৰ স্বাস্থ্যৰ দ্বায়িত্ব ল’লে মন্ত্রী কেশৱ মহন্তই

 06/23/2022 - 20:44
 
 
 
নিউজ ডেস্কঃ এক পইচা খৰচ কৰিব নালাগে। সম্পূৰ্ণ চিকিৎসা বিনামূলীয়া হ’ব। চিকিৎসা উপৰিও অন্য কিবা খৰচ হলে মই দিম। দুৰাৰোগ্য ৰোগত আক্ৰান্ত মৰিগাঁৱৰ ১৬বছৰীয়া ছাত্র দেৱজ্যোতি মেধিৰ স্বাস্থ্যৰ দ্বায়িত্ব ললে অসমৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।