লখিমপুৰৰ নাওবৈচাত মন্ত্ৰী পীয়ূষ হাজৰিকা

 09/28/2022 - 12:15
 
 
লখিমপুৰঃ দলীয় এক সভাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে৷ নাওবৈচাত উপস্থিত হয় মন্ত্ৰী পীয়ূষ হাজৰিকা। উত্তৰ অসমৰ সভ্যতা সংস্কৃতি নিঃশেষ কৰিব বিচৰা বৃহৎ নদীবান্ধৰ বিষয়ে একো নাজানো বুলি মন্তব্য কৰে মন্ত্রী গৰাকীয়ে। যিটো সময়ত ধাৰাবাহিকভাৱে বৃহৎ নদী বান্ধ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে লখিমপুৰ বিভিন্ন দল সংগঠনে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে। সেই সময়তে লখিমপুৰত উপস্থিত হৈ NHPC বিৰুদ্ধে একো নাজানো বুলি কোৱাটোৱে বিষয়ে তাপৰ্য বহন কৰিছে। আনহাতে নাওবৈচা ভয়াবহ বান সমস্যাৰ ওপৰত মন্ত্ৰী গৰাকীক প্ৰশ্ন কৰাত বিজেপি দলৰ বিধায়ক নথকাৰ বাবেই ৰাইজে বান কৱলত পৰি আছে বুলি দায় সৰা মন্তব্য কৰে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।