ধেমাজি জিলা প্ৰশাসনৰ সহযোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আত্মনিৰ্ভৰশীল প্ৰদৰ্শনী মেলা

 01/12/2023 - 12:17
 
 
 
 
 ধেমাজিঃ আত্মনিৰ্ভৰ ধেমাজি শীৰ্ষক অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ধেমাজি কাছাৰী ময়দানত আজিৰে পৰা ধেমাজি জিলা প্ৰশাসনৰ সহযোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ উদ্যোগত আজিৰে পৰা অহা ইংৰাজী-১৪ জানুৱাৰী ২০২৩ লৈকে বিভিন্ন থলুৱা বস্তু, ফল-মূল, ফুল আৰু সেউজীয়া শাক-পাচলি প্ৰদৰ্শনী মেলা অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে স্থানীয় কৃষকসকলে নিজে উৎপাদিত কৰা ফুল, শাক-পাচলি সমুহলৈ জিলা প্ৰশাসনে এখনি প্ৰতিযোগিতা অনুষ্ঠিত কৰে। আজি প্ৰথম দিনৰ কাৰ্যসূচীত উপস্থিত হৈ লক্ষীমপুৰ লোক সভা সাংসদ প্ৰদান বৰুৱাই ফিটা কাটি অনুষ্ঠান মুকলি কৰে লগতে সংগ দিয়ে জোনাই সমষ্টি বিধায়ক ভূৱন পেগু আৰু ধেমাজি জিলা প্ৰশাসনৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।