কৃষকৰ বাবে মোদী চৰকাৰৰ উপহাৰ

 07/03/2019 - 19:36

 ডিজিটেল ডেস্ক: বাজেটৰ পূৰ্বে নৰেন্দ্ৰ মোদী চৰকাৰে কৃষকক দিলে উপহাৰ। বুধবাৰে হোৱা মোদী কেবিনেট বৈঠকত কৃষকৰ লাভাৰ্থে প্ৰতি কুইন্টল ধানত ৮৫ টকাকৈ এমএচপি(Minimum Support Price)

অৰ্থাৎ ‘সর্বনিম্ন সমর্থন মূল্য’ বৃদ্ধি কৰে। ইয়াৰ উপৰিও বাজ্ৰা, ঘেঁহুৰ লগতে আন কেইবাবিধো শস্যৰ এমএচপি বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। কৃষকৰ পৰা কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষত ৩৫৭ লাখ টন ঘেঁহু ক্ৰয় কৰাৰ লক্ষ্য স্থিৰ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।