07/03/2019 - 20:16
in
মঙলদৈঃ দৰঙত জাপানীজ এনকেফেলাইটিচত পুনৰ এজনৰ মৃত্যু। মৃত লোকজন মঙ্গলদৈ নগৰবাহীৰ ৰহিমুদ্দিন আহমেদ(৬৮)। গুৱাহাটী GNRC ত চিকিৎসাধীন হৈ আছিল আহমেদ।
বৰ্তমানলৈ দৰঙত জাপানীজ এনকেফেলাইটিচ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পালে।
বিভাগে পূৰ্বতে জাপানীজ এনকেফেলাইটিচ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে জাপানীজ এনকেফেলাইটিচ ৰ আতংকই দেখা দিছে সমগ্ৰ জিলাখনত। এতিয়াও বহু কেইজন আক্ৰান্ত হৈয়ে আছে।