টচত জিকিল নিউজিলেণ্ড

 07/09/2019 - 16:07

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেট ২০১৯ ৰ ছেমি ফাইনেল মেচত আজি মুখামুখি হ’ব ভাৰত আৰু নিউজিলেণ্ড। ইতিমধ্যে টচ আৰম্ভ হ’ল।

এই টচত জিকিল নিউজিলেণ্ড। টচত জিকি নিউজিলেণ্ডে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।