07/15/2019 - 13:55
in
নুমলীগড়ঃ ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ। বানপীড়িত ৰাইজৰ সাহায্যাৰ্থে খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াই আৰম্ভ কৰিছে 'ভ্ৰাম্যমাণ পাকঘৰ’।
শলমাৰি, ন পমুৱা, গড়মাৰা আদি অঞ্চলত 'ভ্ৰাম্যমাণ পাকঘৰ’ৰ জৰিয়তে বানাক্ৰান্ত লোকসকলৰ মাজত বিতৰণ কৰিছে বান সাহায্য। বিধায়ক মৃনাল শইকীয়াৰ এই প্ৰচেষ্টাক শলাগিছে ৰাইজে।