07/16/2019 - 20:25
in
ডিজিটেল ডেস্কঃ শোণিতপুৰৰ ধিৰাইমাজুলিত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী অসমলৈ অহাৰ প্ৰাকক্ষণত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদ৷ ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ।
ৰাজ্যৰ অপৰিৱৰ্তনীয় বান খহনীয়াৰ বুজ ল'বলৈ কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী অসমলৈ অহাৰ প্ৰাকক্ষণত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।
বৰছলাৰ ধিৰাইমাজুলিৰ লগতে ভঙা শিঙৰীৰ বিস্তৃণ অঞ্চল প্লাৱিত হৈ থকাৰ মাজতে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ কেইবাটাও দাবীৰ ভিত্তিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।