07/30/2019 - 14:26
in
ডিজিটেল ডেস্ক: মঙলবাৰে ৰাজ্যসভাত তিন তালাক অপৰাধ বুলি ঘোষণা কৰা বিলখন গৃহীত কৰিবলৈ আলোচনা কৰা হ'ব।
উল্লেখ্য যে এই বিলখনত তিন তালাকক বেআইনী ঘোষনা কৰি ৩ বছৰ কাৰাদণ্ড বিহা লগতে জৰিমনা ভৰিব লাগিব বুলি উল্লেখ কৰা আছে।
উল্লেখ্যনীয় যে ২৬ জুলাইত লোকসভাত এই বিলখন গৃহীত কৰা হৈছিল। বৰ্তমান ৰাজ্যসভাত এই বিলখন গৃহীত হয় নে নাই সেয়া সময়তহে লক্ষ্যণীয় হ'ব।