জখলাবন্ধা গ্ৰাম্য চিকি‍ৎসালয়ত বিকল আল্ট্ৰাচাউণ্ড মেচিন

 07/30/2019 - 14:55

কলিয়াবৰঃ জখলাবন্ধা গ্ৰাম্য চিকি‍ৎসালয়ত দুই তিনি মাহ ধৰি আল্ট্ৰাচাউণ্ড মেচিন বিকল হৈ আছে কিন্তু চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহন কৰা নাই।

যাৰ ফলত হাহাকাৰৰ সৃষ্টি হৈছে ৰোগীৰ মাজত।

জখলাবন্ধাবাসীৰ দুদৰ্শাক ঘূৰি চাবলে সময় হ’বনে চৰকাৰৰ স্বাস্থ্য বিভাগৰ?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।