08/15/2019 - 19:59
in
দক্ষিণ শালমাৰাঃ আজি ৰাখী পূৰ্ণিমা। ৰাখী বন্ধন উপলক্ষে সমগ্ৰ দেশৰ লগতে মানকাচৰৰ ভাৰত বাংলাদেশত সীমান্ত চেতনা মঞ্চৰ উদ্যোগত বিএছএফ জোৱানক লৈ বৰ্ণাঢ্য অনুষ্ঠান। অনুষ্ঠানত বিএছএফ জোৱানক ৰাখী বন্ধন উপলক্ষে সমগ্ৰ দেশৰ লগতে মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত "সীমান্ত চেতনা মঞ্চ"ৰ উদ্যোগত বিএছএফ জোৱানসকলক সীমান্ত চেতনা মঞ্চৰ কাৰ্যকৰ্তাসকলে ভাৰতৰ জাতীয় পতাকাৰ তলত ভাতৃত্ববোধৰ সংকল্পৰে পৰস্পৰে পৰস্পৰক ৰাখী বান্ধি ভাতৃত্ববোধৰ এনাজৰী মজবুত কৰি তোলে।