অনুচ্ছেদ ৩৭০ বিলুপ্তিৰ পিছত শংকিত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদ

 08/16/2019 - 18:28

ডিজিটেল ডেস্কঃ অনুচ্ছেদৰ ৩৭০ ক্ষেত্ৰত নৰেন্দ্ৰ মোডী চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিলে তাক লৈ এতিয়া শংকিত পাকিস্তান চৰকাৰ আৰু সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদ। আৰু এই শংকাই বৰ্তমান ভয়াৱহ ৰূপ লৈছে। কাৰণ পাকিস্তান অধিকৃত কাশ্মীৰৰ (পি অ’ কে) মুজাফ্ফৰবাদত শুকুৰবাৰে সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে কাশ্মীৰত জেহাদী পঠাই কাশ্মীৰ ধ্বংস কৰাৰ ভাবুকি প্ৰদান কৰে বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।