লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ কৰ্ম বিৰতি

 09/03/2019 - 15:05

লখিমপুৰঃ টিয়ক চাহ বাগিচাৰ চিকিৎসক ডাঃ দেৱেন দত্তক কৰা বৰ্বৰ আক্ৰমণ তথা হত্যাৰ প্ৰতিবাদত কৰ্ম বিৰতি৷ অসম চিকিৎসা সেৱা সন্থা ভাৰতীয় চিকিৎসা সন্থাৰ আহ্বান ক্ৰমে লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক সকলে মঙলবাৰে পুৱা ৬বজাৰ পৰা ৪চেপ্তেম্বৰ পুৱা ৬বজালৈ ২৪ঘন্টীয়া কৰ্ম বিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।কৰ্ম বিৰতিৰ সময় চোৱাত জৰুৰী কালিন চিকিৎসা সেৱা প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে চিকিৎসক সকলে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।