09/07/2019 - 15:12
in
ৰহাঃ ৰহাৰ "সুশীলা গেছ এজেঞ্চী"ত জিলা প্ৰশাসন আৰু জিলা যোগান বিভাগে আজি এক অভিযান চলায়। জানিব পৰা মতে স্বত্বাধিকাৰী মৃত্যু হোৱা এবছৰৰ পিছতো কৰ্মচাৰীয়ে চলাই আছিল এজেঞ্চীটো। দুটাকৈ ঠাইত অভিযান চলাই জব্দ কৰিলে অবৈধভাৱে মজুত ৰখা ৩৪৮৯ টা এইচ,পি চিলিণ্ডাৰ। বুধবাৰৰ পৰা যোগান বিভাগে চলাইছিল অভিযান। সাময়িকভাৱে কৰ্তন কৰে এজেঞ্চীৰ -NTL(W) 52/2003 নম্বৰৰ অনুজ্ঞাপত্ৰখনি।