09/07/2019 - 17:52
in
![](https://pratibimbalive.com/sites/default/files/styles/article-detail/public/articles/rastatttt.jpg?itok=NrPOd2j4)
জুৰীয়াঃ এখন গাঁৱত বিবাহ নহয়। কাৰণ গাঁও খনৰ ৰাস্তা-ঘাটৰ অৱস্থা একেবাৰে বেয়া। ৰাস্তা-ঘাটৰ কাম আৰম্ভ হ’ব বুলি আধাৰ শিলাও স্থাপন কৰিলে। কিন্ত দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা বিজেপি চৰকাৰৰ দিনত গাঁও খনত ৰাস্তাৰ নামত সংঘটিত হ’ল দুৰ্নীতি। পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত স্থানীয় ৰাইজে ৰুজু কৰিলে গোচৰ।