প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা ৰাম জেঠমালানীৰ পৰলোকপ্ৰাপ্তি

 09/08/2019 - 14:15

ডিজিটেল ডেস্কঃ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা ৰাম জেঠমালানীৰ পৰলোকপ্ৰাপ্তি। ১৯২৩ চনৰ ১৪ ছেপ্তেম্বৰত জন্মগ্ৰহণ কৰিছিল জেঠমালানী।

বিগত কিছু মাহ ধৰি অসুস্থ হৈ আছিল মন্ত্ৰী গৰাকী। দিল্লীত নিজ বাসগৃহত দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে জেঠ মালানীয়ে। সন্ধিয়াৰ সময়ত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব জেঠ মালানীৰ। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আছিল ৰাম জেঠমালানী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।