04/05/2019 - 18:32
in
![](https://pratibimbalive.com/sites/default/files/styles/article-detail/public/articles/Accident.jpg?itok=hF0pxh4z)
বাইহাটা চাৰিআলিঃ ৰাজ্যত সঘনাই বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা। পুনৰ আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় বাইহাটা চাৰিআলিত।
বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী মদনপুৰত আজি ৰাতিপুৱা প্ৰায় ৮ বজাত এখন আলট্ৰা বাছৰ খুন্দাত দুগৰাকী মটৰ চাইকেল আৰোহী থিতাতে নিহত হোৱাৰ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।