আজিৰ খেল মুম্বাই আৰু পঞ্জাৱৰ মাজত

 04/10/2019 - 12:34

ডিজিটেল ডেস্ক: আজি নিশা ৮বজাত মুম্বাইত অনুষ্ঠিত হ'ব আইপিএলৰ আন এখন মেচ। আজিৰ খেল অনুষ্ঠিত হ'ব পঞ্জাৱ আৰু মুম্বাইৰ মাজত।

বৰ্তমানলৈ পঞ্জাৱে ৬খন মেচৰ চাৰিখনত জয়লাভ কৰে আৰু তাৰ বিপৰীতে মুম্বাইয়ে ৫খন খেলৰ ৩ খনত জয়ী হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।