04/11/2019 - 15:19
in
ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত ভোটদান কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ভোটদান কৰি সোণোৱালে কয় অসমৰ লগতে ভাৰতবৰ্ষৰ জনগণে উন্নয়ন, শান্তি–সম্প্ৰীতি আৰু নিৰাপত্তাৰ স্বাৰ্থত দ্বিতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে শাসনৰ গাদীত অধিষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লৈছে।