আকৌ শিৰোনামত ৰীমা দাস

 05/06/2019 - 13:48

ডিজিটেল ডেস্কঃ বুলবুল কেন ছিং’ ছবিৰ বাবে অসমৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা পৰিচালিকা ৰীমা দাসক ‘নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত শ্ৰেষ্ঠ পৰিচালক বঁটাৰ বাবে মনোনীত কৰা হৈছে।

৭ মে’ৰ পৰা ১২ মে’লৈ অনুষ্ঠিত হ’বলগীয়া এইবৰ্ষৰ ‘নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত ৰীমা দাসৰ উপৰি আৰু ৪ গৰাকী পৰিচালকক উক্ত বঁটাৰ বাবে মনোনীত কৰা হৈছে।লগতে প্ৰসিদ্ধ ছবি পৰিচালক জাহ্নু বৰুৱাকো নিমন্ত্ৰণ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।