নিবন্ধকাৰ, গৱেষক ড০ হেমলতা দেৱী অসুস্থ

 06/11/2021 - 15:48

 

নিউজ ডেস্কঃ মঙলদৈৰ নিবন্ধকাৰ, গৱেষক ড০ হেমলতা দেৱী অসুস্থ। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু ড০ ভৱেন্দ্ৰ নাথ শইকীয়া শিশু পুথিভঁড়ালৰ প্ৰতিষ্ঠাপক গ্ৰন্থাগাৰিক আছিল৷ বৰ্তমান ‘ননৈ মহাবিদ্যালয়’ৰ গ্ৰন্থাগাৰিক ড০ দেৱী ৰক্তচাপত গুৰুতৰভাৱে অসুস্থ হৈ গুৱাহাটীৰ ‘জিএনআৰচি’ত চিকিৎসাধীন হৈ আছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।