আদালতত মুখ থেকেচা মনজিত মহন্তৰ

 03/13/2019 - 18:42

গুৱাহাটীঃ জিএমচিত নতুনকৈ মুখ্য অভিযন্তা হিচাপে নিযুক্তি লাভ কৰা দেৱজিৎ দাসৰ নিযুক্তি অবৈধ বুলি দাবী জনাই আদালতৰ কাষ চাপিছিল সাংবাদিক মনজিত মহন্ত৷ সাংবাদিক মহন্তই ডব্লিউ পি (চি) ১৬৯২ নম্বৰৰ আধাৰত মুখ্য অভিযন্তা দেৱজিৎ দাসৰ নিযুক্তিক প্ৰত্যাহ্বান জনাই এই গোচৰ ৰুজু কৰিছিল৷

কিন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কে সিঙৰ আদালতে এই গোচৰ প্ৰত্যাহাৰ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।