বিপদত কংগনা ৰাণাৱাট, মানহানি গোচৰত ১৯এপ্ৰিলত আদালতত হাজিৰ হোৱাৰ নির্দেশ

 02/23/2022 - 19:33
 
 
নিউজ ডেস্কঃ কংগনা ৰাণাৱাটৰ বিপদ! মানহানি গোচৰত ১৯এপ্ৰিলত আদালতত হাজিৰ হোৱাৰ নির্দেশ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।