ইউক্ৰেইনত আবদ্ধ ২৪৯ গৰাকী শিক্ষাৰ্থীক লৈ দিল্লীত উপস্থিত পঞ্চমখন বিমান

 02/28/2022 - 13:23

 

নিউজ ডেস্কঃ সোমবাৰে পুৱাই ইউক্ৰেইনত আবদ্ধ হৈ থকা ২৪৯ গৰাকী শিক্ষাৰ্থীক লৈ দিল্লীত উপস্থিত হৈছে। এই শিক্ষাৰ্থীসকলক ইউক্ৰেইনৰ পৰা ৰোমানিয়াৰ বুখাৰেষ্ট হৈ ভাৰতলৈ অনা হৈছে। এয়াৰ ইণ্ডিয়াৰ এ আই ১৯৪২ বিমানখন সোমবাৰে পুৱা প্ৰায় ৬:৩০ বজাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।