ভাল খবৰ, অসম-মেঘালয়ৰ মাজত আৰম্ভ হ’ব ভিষ্টাডোম ৰে’ল সেৱা

 03/05/2022 - 17:55

 

নিউজ ডেস্কঃ ভাল খবৰ!অসম-মেঘালয়ৰ মাজত আৰম্ভ হ’ব ভিষ্টাডোম ৰে”ল সেৱা। গুৱাহাটীৰ পৰা মেঘালয়ৰ মেন্দিপথাৰলৈ নতুন আন্তঃৰাজ্যিক ভিষ্টাডোম সেৱা আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে ৰে’লৱেই। ৰে’লৱেই ইতিমধ্যে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজতো ভিষ্টাডোম ৰেইল সেৱা আৰম্ভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।