পেট্ৰ’লৰ মূল্য বৃদ্ধি, ডিজেলৰ মূল্য হ্ৰাস

 03/14/2019 - 13:53

গুৱাহাটীঃ পুনৰ পেট্ৰ’লৰ মূল্য বৃদ্ধি৷ বৃহস্পতিবাৰে বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য৷ আনহাতে, তাৰ বিপৰীতে হ্ৰাস পালে ডিজেলৰ মূল্য৷

গুৱাহাটীত বৃহস্পতিবাৰৰ পৰা পেট্ৰ’লৰ মূল্য ২পইচালৈ বৃদ্ধি৷ তাৰ বিপৰীতে ডিজেলৰ মূল্য ১৩ পইচাকৈ হ্ৰাস পায়৷ বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৭২.০৪ টকা আৰু ডিজেলৰ দাম ৬৭.৮৬৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।