মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাক লৈ পিয়ুষ হাজৰিকাৰ বিশেষ টুইট

 04/05/2022 - 16:38


নিউজ ডেস্কঃ মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাক লৈ পিয়ুষ হাজৰিকাৰ বিশেষ টুইট। 1991 পৰা সক্ৰিয় ৰাজনীতিত ভূমিকা গ্ৰহণ কৰা পিয়ুষ হাজৰিকা এখন বিশেক ফটো পোষ্ট কৰি কৈছে ৰাজনৈতিক জগতখনত ভৰি দিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ দৰে জনপ্রিয় মুখ্যমন্ত্ৰী কতো দেখা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।