ৰিপুণ বৰা এজন ননচেঞ্চ মানুহ, ৰিপুণ বৰাই ৰাজনীতি কৰা মানুহ নহয়- ৰূপজ্যোতি কুৰ্মী

 04/20/2022 - 14:56

 

নিউজ ডেস্কঃ ৰিপুণ বৰা এজন ননচেঞ্চ মানুহ। ৰিপুণ বৰাই ৰাজনীতি কৰা মানুহ নহয়। তেওঁ নিজেও ধ্বংস হ'ল, কংগ্ৰেছ দলটোকো ধ্বংস কৰিলে আৰু বহুত লোককো ধ্বংস কৰিলে। কংগ্ৰেছ ত্যাগী ৰিপুণ বৰাক লৈ বিতৰ্কিত মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ।  

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।