মুখ্যমন্ত্ৰীয়ে মা কামাখ্যালৈ গৈ জীৱনত আৰু দল নাবাগৰো বুলি শপত খাওঁক, মইও শপত খাব পাৰিম দল নাবাগৰো বুলি- ভূপেন বৰা

 04/20/2022 - 17:49

 


নিউজ ডেস্কঃ "মুখ্যমন্ত্ৰীয়ে মা কামাখ্যালৈ গৈ জীৱনত আৰু দল নাবাগৰো বুলি শপত খাওঁক। মইও শপত খাব পাৰিম দল নাবাগৰো বুলি।এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।